24/07/2023

অসমীয়া - বড়ো - ককবৰক

নমস্কাৰ  
খুলুমবায় 
খুলুমখা

তুমি কোন? 
নৗং সৗৰ?  
নৗংনি ছাবু?

তোমাৰ নাম কি?  
নৗংনি মুঙা মা?  
নিনি মুঙ তামো?

মোৰ নাম কন্দৰ্পজিৎ   
আংনি মুঙা কন্দৰ্পজিৎ   
আনি মুঙ কন্দৰ্পজিৎ 

তোমাৰ কি খবৰ? / তুমি কেনে আছা? 
নৗংনি মা খবৰ ?  
নৗঙ ছাবো?

ভাল  
মৗজাং  
কাহামনো

তুমি কোন ঠাইৰ?  
নৗং ব'দে জাইগানি?  
নৗং বোৰোনি? 

মই সাপটগ্ৰামৰ  
আং সাপটগ্ৰামনি  
আং সাপটগ্ৰামনি

আমি ধুবুৰীলৈ যাওঁ  
জৗং ধুবুৰীয়াও থাংদোং  
চৗঙ ধুবুৰী থাহনগো

তেওঁ কিতাপ পঢ়ে  
বিয়ো বিজাব ফৰায়দৗং 
বো বিজাপ পোৰিখা

তেওঁ বিদ্যালয়লৈ যাব
বিয়ো ফৰায়সালিয়াও থাংবায়
বো ৰৗংনোগো থাহোংনাই 

এতিয়া তুমি কি কৰি আছা?
দানিয়া নৗং মা খালামদৗং?
তাবুকখে নৗং খৗলাই তংচা? 

মই কাম কৰি আছোঁ
আং খামানি খালামদৗং
আং তাংগৗই তঙো

তুমি ক'লৈ যোৱা?
নৗং বহায় থাংগৗন?
নৗং বৰো থাহঙৗই?

তেওঁ আজি ঘৰৰপৰা আহিছে
বিয়ৗ দিনৈ ন'নিফ্ৰাই ফৈদৗংমৗন
বো তিনি নোগো ফাইও

মই ৰাতি যাম
আং হৰাৱ থাংগৗন
আং হৰো থাহংখা

মই সুখী
আং গৗজৗনবাই
আং তংহোকজাক 

আহা
ফৈদৗ 
ফাইজাদি

সুপ্ৰভাত
মৗজাং ফুং
ফুং কাহাম

শুভৰাত্ৰি
মৗজাং হৰ
হৰ কাহাম

মই তোমাক ভালপাওঁ
আং নৗংখৌ মৗজাং মৗনৗ  
আং নোনো হামজাকগো

তুমি মোক ভালপোৱা নে?
নৗং আংখৌ মৗজাং মৗনবাই না?
নৗং আংকো হামজাগো?   

হয়
অৗ 
ইন' / আও

নহয়
নাঙা
ইন'হি

ধন্যবাদ
সাবায়খৰ
হামবাই
 
(কিবা ভুল পৰিলক্ষিত হ'লে অনুগ্ৰহ কৰি আঙুলিয়াই দিব।)

#কন্দৰ্পজিৎ

No comments:

Post a Comment