Showing posts with label গদ্যৰ দৰে. Show all posts
Showing posts with label গদ্যৰ দৰে. Show all posts

20/04/2024

অন্য পথ

অন্য পথ 
(আত্মহত্যাৰ বিপক্ষে প্ৰথম কলম)

কিছুমান মৃত্যুৰ আগজাননী পোৱা যায়। তাৰ পিছতো মৌন হৈ থাকে বহুতে। মৃত্যুৰ পিছত দুখ প্ৰকাশ কৰাতকৈ মৃত্যুক ৰোধ কৰিবলৈ চেষ্টা কৰাই ভাল, যদিহে আপুনি ৰোধ কৰিবলৈ সক্ষম! 

মৰা জনে অকলে নমৰে, মাৰি থৈ যায় আনকো। সেয়েহে বাগৰি নপৰালৈকে যুঁজিবলৈ শিকক। 

এসময়ত মই আত্মহত্যাৰ সপক্ষে লিখিছিলোঁ, “আত্মহত্যা কৰিব জনাটোও এটা কলা”। এতিয়া এই ধাৰণা মোৰ সলনি হৈছে। হত্যা, আত্মহত্যা বা মৃত্যু মানেই সমস্যাৰ সমাধান নহয়। 

অৱশ্যে ধাৰণা বা অনুভৱ ৰথৰ চকাৰ দৰে ......