Kandarpajit Kallol

24/08/2026

জীৱনৰ বাটে-ঘাটে

›
“জীৱনৰ বাটে-ঘাটে” (১) আপুনি যদি জীৱনত বিফল হৈ থাকে তেন্তে কিছুমান মানুহে আপোনাক উপহাস কৰিব, আনহাতে যদি আপুনি সফলতাৰ ফালে আগবাঢ়ি যাবলৈ ধৰে ত...
09/08/2026

জন্মদিনৰ শুভকামনাৰে

›
দিবলৈতো মোৰ একোৱেই নাই  কেৱল হৃদয়ৰ শুভকামনাৰ বাহিৰে  দিনবোৰ ৰঙীন হওক সপোনবোৰ সাৰ পাওক যাত্ৰাপথ হওক মসৃণ সৰল  ...... জন্মদিনৰ শুভকামনাৰে ......

হাইকু

›
সকলো হেৰুৱাই পেলোৱাৰ পিছতো  পাবলৈ বাকী থাকে বহুতো! ✍️ কন্দৰ্পজিৎ 

ৰেডিঅ': তেতিয়া আৰু এতিয়া

›
বহু দিনৰ মূৰত পূৰণি ৰেডিঅ' খনত বেটাৰি ভৰালোঁ। কিন্তু চেনেল একেবাৰে কম। SWত শ্বিলং পূৰ্বোত্তৰ সেৱা কেন্দ্ৰ আছিল। এতিয়া নাই। এসময়ত কোকৰা...

সম্প্ৰতি এনেদৰেই পাৰ কৰি আছোঁ জীৱনটো

›
সম্প্ৰতি এনেদৰেই পাৰ কৰি আছোঁ জীৱনটো যেনেদৰে পাৰ কৰিব লগা নাছিল  সম্প্ৰতি এনেদৰেই পাৰ কৰি আছোঁ জীৱনটো য'ত আপোনাৰ উপস্থিতি শূন্য  য'ত...

৬ এপ্ৰিল

›
সময়বোৰ এনেদৰেই পাৰ হৈ যায়  সৰি পৰে  সৰি সৰি সৰাপাত হয় ...... ! ✍️ কন্দৰ্পজিৎ কল্লোল  (৬ এপ্ৰিল, ২০২৬)

সাৰ নোপোৱা টোপনিৰ বাগিচাত

›
টেঙেচী ফুলৰ টোপনিৰ দৰে  জোনমণি দাস টোপনি গ'ল সাৰ নোপোৱা টোপনিৰ বাগিচাত ...... ✍️ কন্দৰ্পজিৎ কল্লোল  (১৩ মাৰ্চ, ২০২৬)
›
Home
View web version

About Me

My photo
K.Kallol
View my complete profile
Powered by Blogger.