24/07/2023

অন্ততঃ তেওঁ বুজিব পাৰিব লাগিছিল


অন্ততঃ তেওঁ বুজিব পাৰিব লাগিছিল
কিদৰে শুকাই যায় অশ্ৰুৰ টোপাল

অন্ততঃ তেওঁ বুজিব পাৰিব লাগিছিল
কিদৰে মৰাশ এটাও জীয়াই থকাৰ সপোন দেখে

অন্ততঃ তেওঁ বুজিব পাৰিব লাগিছিল
তেজৰ সোঁতত নৈ বয়

অন্ততঃ তেওঁ বুজিব পাৰিব লাগিছিল
যি বুজিব নোৱাৰিলে তেওঁ

আৰু মই ......

আৰু মই 
বুজিও নুবুজা এটা শ
টিকা ফঁটা ৰ'দত শুকাই নিজৰেই মৃতদেহ !

#কন্দৰ্পজিৎ
২৩/০৭/২০২৩

No comments:

Post a Comment