24/07/2023

ঘূৰি নহা বাটেৰে

খবৰ বিচাৰি ফুৰা মানুহজন
খবৰ সংগ্ৰহ কৰিবলৈ ওলাই গ'ল
আজি নিজেই এটা খবৰ হৈ 
অন্য এক জগতৰ খবৰ বিচাৰি

কবিতা ভালপোৱা মানুহজন
কবিতা বিচাৰি ওলাই গ'ল
ঘূৰি নহা বাটেৰে ...... 

(ছত্ৰপতি গোস্বামী দাৰ স্মৃতিত) 🕉️

✍ #কন্দৰ্পজিৎ
০৬/০৭/২০২৩

ॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐ
“অসমীয়া প্ৰতিদিন” কাকতৰ সাপটগ্ৰামৰ 
সাংবাদিক ছত্ৰপতি গোস্বামীয়ে আজি 
পুৱা দহমান বজাত ইহলীলা সম্বৰণ কৰে। 
ॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐ

No comments:

Post a Comment