23/01/2020

মৌনতাৰ পদ্য

এটা কোঠালী
দুটা হৃদয়
এটা ইফালে 
আনটো সিফালে
সিঁচৰতি

মাজত থিয় হৈ
এটা আধা জীয়া শ !

No comments:

Post a Comment